ঘৰ লঘৰ-ছোৱা বন

ঘৰ লোৱা (Assamese) [ Roman: ghor.lo.wa]
Contributed by: Ranjit Kr. Das on 2007-11-24
1. (Proper Adj.-Common) adapted to live in close association with human. পোহনীয়া বা মানুহে ঘৰত পালন কৰা (জীৱ-জন্তু)|

Contributed by: Partha P Sarmah on 2007-11-24
2. (Verbal Noun) a party given by somebody to celebrate his/her entry into a new house. কোনোবাই নতুন ঘৰত প্ৰৱেশ কৰা বা ঘৰ লোৱাৰ দিনা আয়োজন কৰা মাংগলিক আৰু/বা অভ্যৰ্থনা অনুষ্ঠান৷